প্ৰসঙ্গ: ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ, থিয়েটাৰৰ জনপ্ৰিয় নাট্যকাৰ।
সময়: ২০০০ চনৰ আগৰ।
সেই সময়তো স্বাভাৱিকতে জনপ্ৰিয় নাট্যকাৰ আছিল। আৰু সৰহ সংখ্যক জনপ্ৰিয় নাট্যকাৰৰ "মৌলিক ৰচনা"ৰ উৎস আছিল বাংলা নাটক। কোনোৱে আক্ষৰিক অনুবাদ কৰিছিল, কোনোৱে ভাবানুবাদ। কোনোৱে আকৌ চৰিত্ৰ, সংলাপ ইফাল-সিফাল কৰি "অসমীয়াকৰণ" কৰিছিল।
--হয়, সেই সময়ত সামাজিক মাধ্যম নাছিল, হাতৰ মুঠিতে গুগল (Google) নাছিল। তেতিয়া যদি কোনোৱে কৈছিল, "এই খন দেখোন বিধায়ক ভট্টাচার্যৰ 'মাটিৰ ঘৰ'! চৰ্চা এখন বা দুখন কাকততে শেষ হৈছিল।"
আমাৰ কথা: এই যে হিন্দী, তামিল, তেলেগু চিনেমাৰ কাহিনীৰে, "চৰিত্ৰ"ৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখাৰ "চুৰি পৰ্ব" চলি আছে, এয়া নতুন কথা নহয়।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন