১। দেউতা বেগতে আহিবি ধ্ৰুৱজ্যোতি শৰ্মা
২। বিষাক্ত গোলাপ ৰাজদ্বীপ
📌কলাগুৰু থিয়েটাৰ
১। মই এন্ধাৰৰ ৰজা ভাস্কৰজ্যোতি শৰ্মা
২। ময়ূৰ চৰাইৰ নাচ অভিজিৎ ভট্টাচাৰ্য
৩। কৰ্ণ-অৰ্জুন চম্পক শৰ্মা
📌 কহিনুৰ থিয়েটাৰ
মই ব্ৰহ্মপুত্ৰ অভিজিৎ ভট্টাচাৰ্য (২)
বনৰীয়া ফুল চম্পক শৰ্মা (২)
পিঞ্জৰা মৃদুল চুতীয়া
📌ইতিহাস থিয়েটাৰ
জুয়ে পোৰা মানুহ অভিজিৎ ভট্টাচাৰ্য (৩)
📌ৰাজমুকুট থিয়েটাৰ
মহাৰণৰ বলীয়া ঘোঁৰা অভিজিৎ ভট্টাচাৰ্য (৪)
📌আৱাহন থিয়েটাৰ
লেডী মেকবেথ অভিজিৎ ভট্টাচাৰ্য (৫)/ আভিযোজনা
মেডাম মেনকা অভিজিৎ ভট্টাচাৰ্য (৬)
মইনা কুশলে আছে নে? অভিজিৎ ভট্টাচাৰ্য (৭)
📌হেঙুল থিয়েটাৰ
বিড়ি অভিজিৎ ভট্টাচাৰ্য (৮)
চিলনী প্ৰনৱ বৰুৱা (১)
মছজিদ ৰোড, নামঘৰ পথ প্ৰণৱ ভড়ালী (১)
📌বৰদৈচিলা থিয়েটাৰ
সীতাৰ সংসাৰ নৱৰত্ন পাটোৱাৰী (১)
📌সুদৰ্শন থিয়েটাৰ
ফোঁট হেমন্ত দত্ত (১)
📌ৰাজধানী থিয়েটাৰ
মচি দিম তোমাৰ সেন্দুৰ অভিজিৎ ভট্টাচাৰ্য (৯)
তপস্যা অভিজিৎ ভট্টাচাৰ্য (১০)
বিশ্বনাথ ৰাজদ্বীপ (২)
📌বিনোদন থিয়েটাৰ
মহাতাণ্ডৱ শ্যমন্ত হাজৰিকা (১)
📌বৰদৈচিলা থিয়েটাৰ
ফুটপাথত মেঘালিৰ বিয়া অভিজিৎ ভট্টাচাৰ্য (১১)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন