ভিন্ন পৰ্যায়ত থকা ৩২ খন অসমীয়া চিনেমা--
১। ৰুদ্ৰ পৰিচালক: ৰূপক গগৈ
২। নটসূৰ্য The Untold Story পৰিচালক: বিশ্বজিৎ ডেকা
৩। ইতি তোমাৰ পৰিচালক: পাৰভেজ আহমেদ
৪। মানস বৰুৱা-- পথ-উপপথ
৫। মানস বৰুৱা-- বাৰুদ -২
৬। সমীৰ --"ভাইমন"
৭। দেবাংকৰ বৰগোঁহায়-- চিকাৰ
৮। ৰাজেশ ভূঞা --ৰৈ ৰৈ বিনালে
৯।কিশোৰ তহবিলদাৰ --দুৰ্গা- দি ৱাৰিয়ৰ
১০।কিশোৰ তহবিলদাৰ-- প্ৰতিশ্ৰুতি
১১। অশোক কুমাৰ বিষয়া-- যৌৱনে আমনি কৰে-২
১২। কেনী বসুমতাৰী)-- লোকেল কুংফু-৩
১৩।কেনী বসুমতাৰী--"জিয়া
১৪। ৰুবুল দাস--ৰক্ষক
১৫। প্ৰাঞ্জল প্ৰতিম চেতিয়া--মহাবাহু ব্ৰহ্মপুত্ৰ
১৬।হিমাংশু প্ৰসাদ দাস-- জয় হনুমেন
১৭।অচিন্ত শংকৰ-- হোমৱ'ৰ্ক
১৮। অচিন্ত শংকৰ-- অভিমন্যু
১৯। হিমজ্যোতি তালুকদাৰ--তাৰিখ
২০। হিমজ্যোতি তালুকদাৰ-- মৰমৰ দেউতা
২১।হেম চন্দ্ৰ বৰা-- ঝংকাৰ
২২। জয়ছেং জয় দহোতীয়া-- বাঘজান
২৩। জয়ছেং জয় দহোতীয়া-- জলছবি
২৪। ঝুলন কৃষ্ণ মহন্ত-- গোসাঁইঘৰত আউল
২৫।ঝুলন কৃষ্ণ মহন্ত-- সন্ধ্যামালতি,
২৬। ঝুলন কৃষ্ণ মহন্ত-- এতিয়াও সাৰে আছে
২৭। সঞ্জীৱ হাজৰিকা-- বকুল ফুলৰ দৰে
২৮। উপাসনা মহন্ত-- গেং অব ৰাজুমামা
২৯।জুল্ফিকাৰ পাৰভেজ-- তেজপাত
৩০। ৱাইড এংগোল (Wide angle) পৰিচালক: জয়ন্ত নাথ
৩১। নৈৰ সিপাৰে পৰিচালক: ধ্ৰুৱজিত বৈশ্য
৩২। হনুমানৰ সাধু পৰিচালক: প্ৰবীণ হাজৰিকা
৩৩। কলাজ পৰিচালক: অমৰদীপ গগৈ
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন