"প্ৰস্তাৱনা— The Preamble" চালোঁ। ঔপনাসিক, গল্পকাৰ, নিবন্ধকাৰ দিলীপ বৰাৰ কাহিনী (ঔপন্যাসিক গৰাকীৰ "যাত্ৰা"ৰ...)-চিত্ৰনাট্য, পৰিচালনা। পৰিচালনা কৰিছে নাট্যকৰ্মী মানিক ৰয়ৰ সৈতে।
"চিনেমা ধাৰণা", "ভাল চিনেমা ধাৰণা" স্বাভাৱিকতে আমাৰো আছে। "প্ৰস্তাৱনা" আমাৰ "ভাল চিনেমা ধাৰণা"ৰ নহয়। কিন্তু পৰিপাটি চিনেমা। কেৱল গল্প কোৱা নাই, বাস্তৱ সমাজৰ ছবি, সমস্যা, "ইতিহাস" স্পষ্ট কৰিছে কাহিনী-ৰেখাৰ গতিত।
(লিখি আছোঁ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন